শীতকালত মুখৰ ছালখনৰ যতন কিদৰে ল’ব
শীতকালত ছালখনৰ যতন তথা সুৰক্ষাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিয়া প্রয়োজন৷ কিয়নো, বায়ুৰ আর্দ্রতাৰ বাবে শীতকালত ছালখন শুষ্ক আৰু ৰুক্ষ হৈ পৰে৷ বিশেষকৈ মুখখনত বাহিৰৰ ধূলি–মাকতি লাগি ছালখন আৰু অধিক ৰুক্ষ কৰি তোলে৷ সেইবাবে শীতৰ দিনকেইটাত মুখৰ লগতে গোটেই শৰীৰৰ ছালৰ যত্ন লোৱাটো অতি আৱশ্যক৷ ইয়াৰ অন্যথা ছালখন আৰু অধিক শুকান হৈ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷…
Read More...