স্বাস্থ্য ৰক্ষাত খেজুৰে কিদৰে সহায় কৰে?
সচৰাচৰ গৰমৰ দিনত উপলব্ধ খেজুৰ এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল৷ খেজুৰ খালে শৰীৰৰ শাৰীৰিক উৎকর্ষ সাধনৰ উপৰি সৌন্দর্য বৃদ্ধি হয়৷ আমি খাই ভাল পোৱা খেজুৰত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়৷ তাৰ ভিতৰত ভিটামিনA,B কমপ্লেক্স,K, কেলচিয়াম, আইৰন আদি অন্যতম৷ দেখাত ক্ষুদ্রাকৃতিৰ হ’লেও ই আমাৰ দেহৰ বাবে বিশেষ উপকাৰী গুণ তথা পৰিপক্বসম্পন্ন৷ এতিয়া জানো আহক খেজুৰৰ…
Read More...