ওৰেল থ্রাছ
ওৰেল থ্রাছ এটা সংক্রমণ৷ য’ত মুখতCandida albicans ভেঁকুৰ জমা হয়৷ মুখৰ ভিতৰত ঈষ্টৰ সংক্রমণ হ’লে ওৰেল থ্রা হয়৷ ইয়াক ওৰেল কেণ্ডিডিয়াছিছ, অৰ’ফেৰিঞ্জিয়াল কেণ্ডিডিয়াছিছ বা কেৱল থ্রাছ বুলিও কোৱা হয়৷
–ওৰেল থ্রাছৰ ফলত ক্রীমযুক্ত বগা ঘা হয়, সাধাৰণতে আপোনাৰ জিভা বা ভিতৰৰ গালত৷ কেতিয়াবা ওৰেল থ্রাছ আপোনাৰ মুখৰ ছাললৈ, আপোনাৰ দাঁতৰ আলু বা টনচিল বা আপোনাৰ ডিঙিৰ…
Read More...