উপবাসৰ স্বাস্থ্যসন্মত গুণসমূহ
উপবাস শৰীৰ বিজ্ঞানৰ সাধাৰণ সিদ্ধান্তৰ ওপৰত আধাৰিত৷ সাধাৰণতে উপবাস এনে এক অভ্যাস, য’ত যিকোনো সময়ৰ বাবে খাদ্য বা পানীয় গ্রহণৰ বাবে সীমাবদ্ধতা থাকে৷ আনহাতে ধর্মীয় দৃষ্টিকোণৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে কৰা অধ্যয়নত ইয়াৰ যুক্তিযুক্তিতা আছে৷
উপবাসৰ প্রকাৰ
ইণ্টাৰমিডিয়েট উপবাসঃ এই ধৰণৰ উপবাসত ১২ ঘণ্টা বা অধিক সময়ৰ বাবে হয়৷
কেলৰিৰ সীমাবদ্ধতাঃ খোৱা ধৰণত…
Read More...