১০ টকাতেই তেজৰ বহু পৰীক্ষা
তেজৰ মূল উপাদানসমূহ বঢ়া–টুটা কৰিছে নেকি– তাৰ প্রাথমিক পৰীক্ষা কৰিব পৰা যাব মাত্র ১০ টকাতে৷ এখন সাধাৰণ পেথ’লজিকেল লেবৰেটৰীত এনে পৰীক্ষা কৰোঁতে খৰচ হয় ২৫০–৩০০ টকা৷ আনহাতে নামী–দামী লেবত এই সকলো পৰীক্ষাৰ বাবত ভৰিব লাগে ৫০০ টকা বা তাতকৈ বেছি৷ খড়গপুৰ আইআইটিয়ে উদ্ভাৱন কৰা পদ্ধতিত আমাৰ শৰীৰৰ পৰা এই পৰীক্ষাৰ বাবে চিৰিঞ্জত তেজ ভৰোৱাৰ প্রয়োজন নাই৷ মাত্র ১…
Read More...