৯ মে’ত পশ্চিমবংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ
পশ্চিমবংগত বিজেপিয়ে ঐতিহাসিক জয় লাভ কৰি ২৯৪ সদস্যৰ বিধানসভাত ২০৬ আসন দখল কৰাৰ পিছত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি জোৰদাৰ হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি সামিক ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে নতুন চৰকাৰখন অহা ৯ মে’ত শপত গ্ৰহণ কৰিব।
২০১১ চনৰ নিৰ্বাচনত বামপন্থী শাসনৰ অৱসান ঘটাই তৃণমূল কংগ্ৰেছ (টিএমচি) তিনিটা কাৰ্যকাল ক্ষমতাত আছিল। কিন্তু এইবাৰ বিজেপিৰ বৃহৎ জয়ত…
Read More...