হোম কোৱাৰেণ্টাইনৰ ষ্টাম্প থকা লোকক বাহিৰত ওলোৱা দেখিলে প্ৰতিবাদ কৰকঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৭ মেঃ হোম কোৱাৰেণ্টাইনৰ ষ্টাম্প থকা কোনো লোকক বাহিৰত ওলোৱা দেখিলেই প্ৰবলভাৱে প্ৰতিবাদ কৰক সংবাদমেলত ৰাজ্যবাসীলৈ এই আহ্ৱান হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰে সকলোকে স্পৰ্শ কৰিব নোৱাৰে ৰাজহুৱা স্বাৰ্থৰ খাতিৰত ৰাইজৰ সহায় লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ নিৰ্দেশনা ক'ৰোনাই বুজি নাপায় ৰাইজ সতৰ্ক আৰু সচেতন হ'লেহে ইয়াৰ সংক্ৰমণ ৰোধ…
Read More...