নুনমাটি–গোপাল নগৰত কণ্টেইনমেণ্ট জ’নত ছেনিটাইজেচনৰ নামত ল’ৰা ধেমালি
নিয়মীয়া বাৰ্তা, ২৩ মেঃ যোৱা বুধবাৰে মহানগৰীৰ নুনমাটিৰ গোপাল নগৰত শান্তি পথৰ এগৰাকী লোকৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱাৰ পিছত বৃহস্পতিবাৰে তেওঁৰ পৰিয়ালটোক হোম কোৱাৰেইণ্টাইনৰ বাবে স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাসমূহ মানি চলিবলৈ নির্দেশ দিছিল৷ কিন্তু বৃহস্পতিবাৰেই দিনৰ ভাগত আক্রান্ত ব্যক্তিৰ পৰিয়ালক হোম কোৱাৰেইণ্টাইন কৰিছিল যদিও গোপাল নগৰৰ শান্তি পথ অঞ্চল…
Read More...