নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

  • ডিমৰীয়াৰ তেতেলীয়া লালমাটিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
  • ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন লোক
  • নিহত লোকজন স্থানীয় ভবেন বড়ো বুলি চিনাক্ত কৰা হৈছে
  • জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী পথচোৱাত চাইকেলেৰে গৈ থকা ভবেন বড়োক মহটিয়াই থৈ যায় অচিনাক্ত বাহনে।
  • ঘটনাস্থলীত ক্ষেত্ৰী যানবাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ

You might also like