লোকসেৱা ভৱনত উদাসীন ভকতক বিত্তীয় সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ
- দিছপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অনুষ্ঠান।
- অনুষ্ঠানত ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভণি কৰা হয়।
- আঁচনিৰ অধীনত অসম চৰকাৰে স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ যোগ্য উদাসীন ভকতসকলক প্ৰদান কৰিব মাহিলি ১,৫০০ টকা।
- ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ উদাসীন ভকতসকলক এই আঁচনিয়ে সাঙুৰি ল’ব।
- উদাসীন ভকতসকলৰ সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰৰ এই বিশেষ পদক্ষেপ লোৱা হৈছে।
ডিজিটেল ডেস্ক, ২ জানুৱাৰী