নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰৰ সুশীল তামুলী মালিকানাধীন স্কুলত CM ভিজিলেঞ্চৰ অভিযান

  • সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত CM ভিজিলেঞ্চৰ অভিযান।
  • কিছুদিন পূৰ্বে মহানগৰীত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিশাল সম্পত্তিত অভিযান চলাইছিল CM Vigilance-এ।
  • আজি পুনৰ সোণাপুৰস্থিত তামুলীৰ বিদ্যালয়ত অভিযান চলায় CM VIGILANCE-এ
  •  উল্লেখ্য যে তামুলীৰ বিৰুদ্ধে আছে নীতি বহির্ভূতভাৱে এফ এছ গ্ৰাণ্টৰ ভূমি দখলৰ তথ্য।
  • দিছপুৰৰ বিধায়ক অতুল বৰাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছিল তামুলীৰ বিৰুদ্ধে।
  • ৩৩/২০২৫ নম্বৰত ৰুজু হৈ আছে গোচৰ।
  • দুর্নীতিৰে অভিযন্তাগৰাকীয়ে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ আছে।
  • বর্তমানো পলাতক অৱস্থাত আছে অভিযন্তা সুশীল কুমাৰ তামুলী।

ডিজিটেল ডেস্ক, ৩ জানুৱাৰী

You might also like