নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মেট্ৰ’ত সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সংবাদমেল। সংবাদমেলত ঘোষণা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ কামৰূপ মেট্ৰ’ জিলাত অব্যাহত থাাকিব নৈশ সান্ধ্য আইন। কিন্তু শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ লক ডাউন অব্যাহত থাকিব জিলাখনত।

সোমবাৰৰ পৰা মহানগৰীত কিছু পৰিমাণে শিথিল কৰা হৈছে লক ডাউন। পূৰ্বতে সন্ধিয়া ৭ বজাৰ পৰা সান্ধ্য আইন জাাৰি কৰা হৈছিল। ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত চৰকাৰৰ।

You might also like