মহানগৰী গুৱাহাটীৰ SOHUM EMPORIAত জুই, বিপদত SBI-ৰ গ্ৰাহক
- গুৱাহাটীৰ মহানগৰীৰ জি এছ ৰোডৰ এবিচিৰ SOHUM EMPORIAত লাগিল জুই
- অট্টালিকাটোৰ ৬টাকৈ মহলালৈ বিয়পে জুই
- গুৱাহাটীত নিশা ভয়ংকৰ অগ্নিকাণ্ড
- জানিব পৰা হোৱা নাই জুইৰ সূত্রপাতৰ কাৰণ
- ইফালে SOHUM EMPORIAত আছে SBIৰ কেইবাটাও শাখা
- SBIৰ কোটি কোটি টকা জ্বলি ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে
- লগতে ভস্মীভূত হৈছে SBIৰ বহু সামগ্রী, নথি-পত্র, সম্পত্তি
- অগ্নিনির্বাপকৰ প্ৰায় ১৫খনকৈ গাড়ীৰে জুই নির্বাপণ চেষ্টা।
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ