নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা,২৪ জানুৱাৰী: আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্য়ৰ ভিন ভিন প্ৰান্ততো গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত হৈ উঠিছে। ৰাজ্য চৰকাৰে ভিন ভিন বিভাগৰ মন্ত্ৰীসকলক জিলাই জিলাই পতাকা উত্তোলনৰ বাবে দায়িত্ব দিয়া হৈছে। প্ৰশাসনে নিৰাপত্তা ব্য়ৱস্থা কটকটীয়া কৰি তুলিছে।এইবাৰ নতুন দিল্লীত হবলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাৰতীয় সেনাই মেড ইন ইণ্ডিয়াৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শিত কৰিব।

You might also like