- শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তললৈ সৰি পৰিল মালভৰ্তি ট্ৰাক।
- গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেন।
- যানবাহন আৰক্ষীয়ে দুয়োজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।
- ট্ৰাকখন হাৰিয়ানাৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে।
- ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে।
- গুৱাহাটী গড়চুক অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।
- দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ডিজিটেল ডেস্ক, ২০ মে’