নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তচনচ ইৰান : বিশ্বকাপ ফুটবলত স্বপ্নৰ আৰম্ভণি ইংলেণ্ডৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ

🔴বিশ্বকাপ ফুটবলত স্বপ্নৰ আৰম্ভণি ইংলেণ্ডৰ।

🔴আজি অনুষ্ঠিত এখন মেচত ইৰানক ৬-২ গলৰ ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডে।

🔴ইংলেণ্ডৰ হৈ গল স্কৰ কৰে ৩৫ মিনিটত জুডে বেলিংঘামে, ৪৩ আৰু ৬২ মিনিটত বুকায়ো ছাকাই, ৪৬ মিনিটত ৰহিম ষ্টাৰলিঙে, ৭১ মিনিটত মাৰ্কাছ ৰাছফৰ্ডে আৰু ৯০ মিনিটত কেজ গ্ৰীলিছে।

🔴ইৰানে দুটা গল পৰিশোধ কৰে। মেহদী টাৰেমিয়ে ৬৫ মিনিটত গল স্কৰ কৰাৰ বিপৰীতে আনটো গল পেনাল্টীৰ জৰিয়তে পৰিশোধ কৰে।

You might also like