নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ৮৯ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা,৩১ জানুৱাৰী : সোমবাৰে পাকিস্তানত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ মৃতকৰ সংখ্যা বৃদ্ধি পায় ৮৯ জনলৈ।পাকিস্তানৰ পেছাৱৰ অৰক্ষী অঞ্চলত অৱস্থিত মছজিদৰ দুপৰীয়া নামাজৰ সময়ত সংঘটিত হৈছিল এই বিস্ফোৰণ কাণ্ড।এই বোমা বিস্ফোৰণত ২২১ জনলোক আহত হৈছে বুলি পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমে জানিবলৈ দিয়ে।

You might also like