নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিৰ্দিষ্ট কাললৈ দেশৰ টোল গেট বন্ধ

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ  ক’ৰোনা সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে  দেশৰ কোনো এখন  টোল গেট সমূহ টোল টেক্স লব নোৱাৰিব। এই নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া লৈকে দেশৰ কোনো টোল গেটতে টেক্স ল’ব নোৱাৰিব।

লগতো মন্ত্ৰী জনে উল্লেখ কৰে যে একমাত্ৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহন সমূহৰহে আছে চলাচল কৰাৰ অনুমতি।

কেন্দ্ৰীয় মন্ত্ৰী জনে টুইট যোগে এই নিৰ্দেশ জাৰি কৰিছে।

You might also like