নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জালিকাট্টু’ৰ আয়োজন কৰিব তামিলনাডুৱে

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ক’ভিড প্রট’কল মানি জনপ্রিয় ষাঁড়গৰুৰ দৌৰ ‘জালিকাট্টু’ অনুষ্ঠিত কৰাৰ অনুমতি প্রদান কৰিছে তামিলনাডু চৰকাৰে৷ লক্ষণীয়ভাৱে জালিকাট্টুত অংশগ্রহণ কৰিব পাৰিব প্রতিটো ষাঁড়ৰ লগত মাত্র দুজনকৈ লোকে৷ অর্থাৎ জনসমাগম হ্রাস কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ ক’ভিড মহামাৰীৰ সংক্রমণৰ তৃতীয় জোৱাৰে সমগ্র দেশজুৰি তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে তামিলনাডুত পৰম্পৰাগত এই ষাঁড়গৰুৰ দৌৰ প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ চৰকাৰে অনুমতি প্রদান কৰাৰ লগে লগে বিভিন্ন মহলত বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া

You might also like