নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

SUPREME COURT

‘কা’ৰ বিৰুদ্ধে এক ডজনৰ অধিক গোচৰঃ ১৮ ডিচেম্বৰত ছুপ্রিম ক’টত প্রথম শুনানিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আইনী যুঁজত নামি পৰিছে একাংশ দল–সংগঠন, ব্যক্তি বিশেষে ৷ ‘কা’ক সংবিধানবিৰোধী, বিভেদকামী আৰু বৈষম্যমূলক আখ্যা দি বর্তমানপর্যন্ত সদৌ অসম ছাত্র সন্থা (আছু)ৰ লগতে অন্য বহুতে উচ্চতম…

আদালত অৱমাননাৰ গোচৰত ৰাহুল গান্ধী মুক্ত

নিউজ ডেস্ক ১৪ নৱেম্বৰঃআদালত অৱমাননাৰ  গোচৰত ৰাহুল গান্ধী মুক্ত। সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনা মঞ্জুৰ কৰিলে আৰু কোনো ধৰণৰ গোচৰ চলাব নোৱাৰিব বুলি আদেশ দিয়ে। ইয়াৰ উপৰিও ন্যায়ালয়ে ৰাহুল গান্ধীক সতৰ্ক কৰি দি কয় য়ে ৰাজনৈতিক…

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ বুধবাৰে পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ঐতিহাসিক ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন ৰঞ্জন গগৈৰ…

কৰ্ণাটকৰ অযোগ্য বিধায়কক সৰ্বোচ্চ ন্যায়ালয়ৰ সাময়িক সকাহ

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ অযোগ্য বিধায়ক সকলক সকাহ প্ৰদান কৰিছে। ন্যায়ালয়ে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষই বিধায়ক কেইজনক অযোগ্য ঘোষণা কৰা সিদ্ধান্তক বাহাল ৰাখিছে, যদিও বিধায়ক কেইজনে বিধানসভাৰ উপনিৰ্বাচনত অৰ্ৱতীৰ্ণ হ'ব…