নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌ সেনাৰ জাহাজত বিস্ফোৰণ, নিহত তিনি

ভাৰতীয় নৌ সেনাৰ জাহাজ ৰণবীৰত সংঘটিত এটি বিস্ফাৰণত ৩ জন নৌ সেনা জোৱানৰ মৃত্যু হৈছে। মুম্বাইত থকা জাহাজখনৰ ভিতৰত গেছ নিৰ্গত হৈ সংঘটিত হোৱা ঘটনাত আন কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাৰে বাবে এখন তদন্ত কমিটী গঠন কৰি তদন্ত আৰম্ভ কৰা হৈছে।

You might also like