নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত পথ দুর্ঘটনাত আহত লোকসভাৰ অধ্যক্ষ ওম বিড়লা

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: ৰাজস্থানৰ কোটাৰ পৰা দিল্লী অভিমুখে যাত্রা কৰাৰ সময়ত গাড়ী দুর্ঘটনাত আহত হৈছে লোকসভাৰ অধ্যক্ষ অৰুণ বিড়লা ভাই নৰেন্দ্র বিড়লা৷ কালি নিশা এই দুর্ঘটনা সংঘটিত হয় জয়পুৰ–দিল্লী ৰাষ্ট্রীয় ঘাইপথত৷ ওম বিড়লাক উদ্ধাৰ কৰি স্থানীয় এখন বেচৰকাৰী হাস্পতালত ভর্তি কৰোৱা হয়৷ বর্তমান বিড়লাৰ অৱস্থা সুস্থিৰ বুলি সদৰী কৰিছে চিকিৎসকসকলে৷

You might also like