নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত RBI গৱর্নৰ শক্তিকান্ত দাস; আইছ’লেছনত থাকিয়ে পালন কৰিব দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ক’ৰোনাত আক্রান্ত হৈছে ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাস।

দেওবাৰে টুইট কৰি আৰবিআই গৱর্নৰ শক্তিকান্ত দাসে জনায়, “ক’ভিড টেষ্টৰ ফলাফল পজিটিভ আহিছে। কোনো উপসর্গ নাই। ভালে আছোঁ। আইছ’লেশ্যনত থাকিয়ে নিজৰ কাম কৰি যাম। আৰবিআইৰ কামকাজ স্বাভাৱিক ভাবেই চলিব।”

You might also like