নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত পুনৰ ৫৮ জন লোক ক’ভিডত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ মিজোৰামত পুনৰ ৫৮ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে। যাৰ পাছতে ৰাজ্যখনত আক্ৰান্ত্ৰ সংখ্যা ২,৪৪৭ জনলৈ বৃদ্ধি পাইছে।
ইপিনে বৰ্তমানলৈকে ২৪৯ জনে চিকিসা গ্ৰহণ কৰি থকাৰ বিপৰীতে ২,১৯৮ জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।
উল্লেখ্য যে ৰাজ্যখনত এইপৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু ঘটা নাই।

You might also like