নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জুন, জেঠ মাহৰ ২০ তাৰিখ দেওবাৰঃ তিথি–পূর্ণিমা, নক্ষত্রঃ অনুৰাধা, যাত্রাঃ শুভ মেষঃ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷ বৃষঃ…

কোকৰাঝাৰত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ-পৰীক্ষণ আয়োগৰ বৈঠক

বিশেষ বাৰ্তা, কোকৰাঝাৰ, ৩ জুন : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাসহ আয়োগৰ প্ৰতিনিধি দল এটিয়ে আজি কোকৰাঝাৰ জিলাৰ বডোলেণ্ড গেষ্ট হাউছত কোকৰাঝাৰ, চিৰাং আৰু বাগসাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ আৰু…

গৰমৰ দিনত মানৱ শৰীৰত আমলখিৰ…

বিশেষ বাৰ্তা, ৩ জুনঃ আমলখি ঔষধি গুণেৰে ভৰা এবিধ  বিশেষ ফল, যি সেৱন কৰিলে আপুনি বহু গুৰুতৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। তদুপৰি গৰমৰ দিনত ই এবিধ উত্তম ফল। আমলখিৰ শীতল প্ৰভাৱ আছে। গ্ৰীষ্মকালত ইয়াৰ ৰস খালে পেটৰ জ্বলন অনুভূতিৰ পৰা ৰক্ষা পায়।…

অনুৰাগীৰ বিবাহ কাৰ্ডত মহেন্দ্ৰ সিং ধোনীৰ ফটো

বিশেষ বাৰ্তা, ৩ জুনঃ মহেন্দ্ৰ সিং ধোনীৰ ফটোসম্বলিত এখন বিবাহ কাৰ্ড ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই বিবাহ কাৰ্ডখন ছত্তীশগড়ৰ ৰায়গড় জিলাৰ। এই বিবাহ কাৰ্ডখনৰ দুয়োফালে ভাৰতৰ প্ৰাক্তন অধিনায়ক…

ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ দুই ডকাইত

নিয়মীয়া বাৰ্তা, ৩ জুনঃ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে আজি সন্ধিয়াৰ ভাগত গোপন সূত্ৰৰ পম খেদি পিষ্টলসহ দুটা ডকাইতক কৰায়ত্ত কৰে । জানিব পৰা মতে, ৰূপহীহাটৰ বন্ধন বেংকৰ সমীপৰ পৰা ডকাইত দুটাক আটক কৰে । বেংকৰ কৰ্মচাৰী ওলাই যোৱাৰ পিছত পথ ডকাইতিৰ…

কার্যালয়ত দৈনিক ৬ ঘণ্টা কটায় বাথৰুমত

🔹 চাকৰি হেৰুওৱা চীনা ব্যক্তি দ্বাৰস্থ হ’ল আদালতৰ বিশেষ বাৰ্তা, ৩ জুনঃ চীনৰ এগৰাকী ব্যক্তিয়ে কার্যালয়লৈ আহি দৈনিক ৬ ঘণ্টা ধৰি বাথৰুমত কটায়। এই ‘অপৰাধ’ত চাকৰি হেৰুৱাবলগীয়া হ’ল তেওঁ ৷ ৱাং নামৰ ব্যক্তিগৰাকীয়ে চাকৰি হেৰুওৱাৰ পিছত কর্তৃপক্ষৰ…

মৰিয়নিত পুনৰ বিলাতী সুৰা জব্দ

বিশেষ বাৰ্তা, ৩ জুনঃ মৰিয়নিৰ একাংশ ৱাইন শ্ব'পে অবৈধভাৱে অধিক হাৰত বিলাতী সুৰা সৰবৰাহ কৰি আহিছে । আৰক্ষী আৰু আৱকাৰীৰ চকুত ধূলি দি এইদৰে অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰিবলৈ আহি আজি আৰক্ষীৰ জালত পৰে বিলাতী সুৰাসহ দুই সৰবৰাহকাৰী । মৰিয়নি নগৰৰ…

এয়া এক বেদনাদায়ক ঘটনা, দোষীক ৰেহাই দিয়া নহ’বঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী…

বিশেষ বাৰ্তা, ৩ জুনঃ ওড়িশাৰ বালাচোৰত তিনিখন ৰে’লৰ ভয়াৱহ সংঘৰ্ষৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে সমগ্ৰ দেশৰ সহানুভূতি এই সময়ত আপোনজনক হেৰুৱাই শোকসাগৰত পৰা পৰিয়ালসমূহৰ প্ৰতি আছে।…

দক্ষিণ বিজনী গোঁসাইগাঁৱত অগ্নিকাণ্ড

নিয়মীয়া  বাৰ্তা, ৩ জুন : বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত দক্ষিণ বিজনীত আজি বিয়লিৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় দ্বীপেন ৰায়ৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ মূল ঘৰটো সম্পূৰ্ণৰূপে…