নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনগাঁৱত মা মনসা দেৱীৰ পূজা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩ জুনঃ মানৱ সমাজৰ উপৰি জীৱকুলৰ মংগলৰ বাবে বেদ-বেদান্তৰ ৰীতি-নীতিৰে পালন কৰা হয় দেৱ-দেৱীৰ পূজা-অৰ্চনা। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ জিলাৰ বকোৰ বনগাঁও বকো মৌজাৰ উদ্যোগত খাটলপাৰাস্থিত মা মনসা দেৱীৰ শক্তিপীঠত ১৩৩৪ …

ড্ৰাগছ সৰবৰাহত জড়িত বাঘবৰৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হামিদুলক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ জুন : বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকণৰা সাত নং চিটত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মাণিকপুৰৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক হামিদুল ইছলাম (২৬)ক কৰায়ত্ত কৰে বাঘবৰ আৰক্ষীয়ে।বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত…

কিমিনত পথ দুৰ্ঘটনাত অসমৰ দুজনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৩ জুন : অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ কিমিনত সংঘটিত এটা ভয়াৱহ পথ দুৰ্ঘটনাত অসমৰ দুজন যুৱকৰ মৃত্যু ঘটিছে । অৰুণাচল প্ৰদেশৰ কিমিন-পটিন পথৰ আঠ কিলো নামৰ ঠাইত এ এছ ০১ এফ এল ১৭৪৭ নম্বৰৰ মাৰুতি এল্টখন পথৰ পৰা বাগৰি প্ৰায়…

প্ৰচণ্ড গৰমঃ লাহৰীঘাটত অসুস্থ তিনিগৰাকী ছাত্ৰী

নিয়মীয়া বাৰ্তা, ৩ জুনঃ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে আজি অতিপাত গৰমত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাতিয়ালবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰী অসুস্থ হৈ পৰে। গৰমত ছাত্ৰী তিনিগৰাকী সংজ্ঞাহীন হৈ পৰে। লগে লগে অসুস্থ…

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ ইংগিত ডেভিদ ৱাৰ্নাৰৰ

বিশেষ বাৰ্তা, ৩ জুনঃ অষ্ট্ৰেলিয়াৰ প্ৰবীণ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে! তেওঁ ২০২৪ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচ খেলিব। ইয়াৰ পূৰ্বে ৱাৰ্নাৰে এছেছ ছিৰিজৰ চূড়ান্ত…

পৰিৱেশ সজাগতাৰ মন্ত্ৰ লৈ বজালী চাইক্লিং কমিউনিটীৰ বাইচাইকেল দিৱস

নিয়মীয়া বাৰ্তা, ৩ জুনঃ আজি সমগ্ৰ বিশ্বত পালন কৰা "বাইচাইকেল দিৱস" বজালীতো বিভিন্ন কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়৷ বিগত কেইবাবছৰৰ দৰে এইবেলিও "বজালী চাইক্লিং কমিউনিটী"য়ে এই বিশেষ দিনটো যথেষ্ট উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে৷  পুৱা প্ৰায় পাঁচ…

সমগ্ৰ শিক্ষা অভিযানৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ৩ জুনঃ আজি বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযান, তিনিচুকীয়াৰ উদ্যোগত জিলা ভিত্তিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অষ্টমৰ পৰা  দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ প্ৰতিযোগিতাৰ…

প্ৰাগ চিনেৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰৰ বঁটা ডিব্ৰুগড়ৰ অমৃত বৰুৱালৈ

বিশেষ বাৰ্তা, ৩ জুনঃ ২০০৩ চনৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ ২০২৩ বৰ্ষৰ বৰ্ণিল অনুষ্ঠানটি দৰ্শকৰে পৰিপূৰ্ণ ইউ এছ টি এমৰ সুবিশাল প্ৰেক্ষাগৃহত বণাৰ্ধ্য কায্যসূচীৰে অনুষ্ঠিত হৈ যায় । বিশিষ্ট অভিনেতা তৌফিক ৰহমান, অভিনেত্ৰী…

ওড়িশা ট্ৰেজেডীঃ  দ্ৰুতগতিত আহিছিল ‘ক’ৰ’মণ্ডল এক্সপ্ৰেছ…

বিশেষ বাৰ্তা, ৩ জুনঃ  ২ জুনৰ নিশা ওড়িশাৰ বালাচোৰত সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে আঢ়ৈশৰো অধিক যাত্ৰীৰ প্ৰাণহানি হৈছে। বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, শালিমাৰ-চেন্নাই চেন্ট্ৰেল ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’ল এই…

কৱচ ব্যৱস্থাঃ ৰে’ল দুৰ্ঘটনা ৰোধৰ অন্যতম প্ৰযুক্তি

বিশেষ বাৰ্তা, ৩ জুনঃ ওড়িশাৰ বালাচোৰত কালি সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে আঢ়ৈ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৯০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। এই ৰে’ল দুৰ্ঘটনাই পুনৰ ৰে’লৱেৰ প্ৰযুক্তি আৰু ৰে’ল মন্ত্ৰালয়ৰ দাবীৰ ওপৰত প্ৰশ্ন…