দিখৌৰ বুকুত সন্ধানহীনক বিচাৰি এছ ডি আৰ এফৰ অভিযান
🔷 মবাইলত আবদ্ধ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য
নিয়মীয়া বাৰ্তা, ২৭ মেঃ শিৱসাগৰৰ আমগুৰি ঘাটৰ দিখৌ নদীত দুই বন্ধুৰ সৈতে গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধানহীন হৈ পৰা আৱিদুৰ ৰহমান নামৰ ব্যক্তিজনক বিচাৰি আজি পুৱাৰে পৰা দিখৌ নদীত চলিছে জোৰদাৰ অভিযান ৷শিৱসাগৰ…