নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ মে’, জেঠ মাহৰ ১২ তাৰিখ শনিবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ মঘা, যাত্রাঃ নাই মেষঃ কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল, দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷ বৃষঃ আর্থিক ক্ষেত্রত…

বিৰাট কোহলিৰ নতুন মাইলষ্ট’ন

বিশেষ বাৰ্তা, ২৬ মেঃ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে এক নতুন মাইলষ্ট’নত প্রৱেশ কৰিলে৷ অৱশ্যে এইবাৰ খেলপথাৰৰ বাহিৰত৷ ইনষ্টাগ্রামত ক্রিকেটাৰগৰাকীৰ ফ’ল’ৱাৰ হ’ল ২৫০ মিলিয়ন৷ শুকুৰবাৰে তাৰকা বেটাৰগৰাকীয়ে ফটো শ্বেয়াৰিং প্লেটফর্মত ২৫০ মিলিয়ন…

এসপ্তাহৰ ভিতৰত শিক্ষা সেতুত প্ৰফাইল আপলোড কৰিবলৈ শিক্ষকক আহ্বান শিক্ষামন্ত্ৰীৰ

বাৰ্তা ব্যুৰো, ২৬ মেঃ ৰাজ্যৰ শিক্ষক সমাজক শিক্ষা সেতুত সহযোগ কৰিবলৈ আহ্বান  জনাইছে  শিক্ষামন্ত্ৰী ৰণোজ পেগুই৷ আজি বৰপেটা আবৰ্ত ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে শিক্ষা সেতুত অসহযোগিতা কৰা মানে শিক্ষা ব্যবস্থাৰ…

চাকৰিৰ নিযুক্তিপত্ৰ লৈ কৰা নহল যোগদান : দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ছিপাঝাৰৰ উজ্জ্বলৰ

নিয়মীয়া বাৰ্তা, ২৬ মে : এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছিপাঝাৰ বৰদৌলগুৰিত আজি সন্ধিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত নিহত হয় এগৰাকী যূৱক। এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী…

পাৱৈত বাইকৰ খুন্দাত শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৬ মেঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ ৰেল ষ্টেচনৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া ভাগত হোৱা এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়। জব্বৰ খান নামৰ বাইক আৰোহী জনে মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমূখে গৈ থকা অৱস্থাত পাৱৈ…

অসম মেডিকেল কলেজ ডিব্ৰুগড়ত অক্সিজেন উৎপাদন পৰীক্ষাগাৰ উদ্বোধন

বিশেষ বাৰ্তা, ২৬ মেঃ ৰাজ্যৰ চিকিৎসা জগতৰ বাবে এক অত্যন্ত ভাল খবৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত অমৃতসৰৰ পাছতে আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয়টো অক্সিজেন জেনেৰেচ'নৰ পৰীক্ষাগাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি…

ছমৰীয়াত জোনমণি ৰাভাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰংমন সাংস্কৃতিক গোষ্ঠীৰ

নিয়মীয়া বাৰ্তা, ২৬ মেঃ প্ৰয়াত আৰক্ষী উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ আদ্যশ্ৰাদ্ধৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বকোৰ ছমৰীয়া সত্ৰৰ সামাজিক সাংস্কৃতিক সংগঠন ৰংমন সাংস্কৃতিক সন্ধিয়াৰ উদ্যোগত ছমৰীয়া বাছ আস্থানত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

বন্ধুৰ গঁতাত দিখৌত সন্ধানহীন এক : শিৱসাগৰ আমগুৰিঘাটত ভয়ংকৰ ঘটনা

নিয়মীয়া বাৰ্তা, ২৬ মেঃ শিৱসাগৰ চহৰৰ গাতে লাগি থকা আমগুৰি ঘাটত এজন যুৱকক দুই বন্ধুৱে নদীৰ বুকুলৈ গতিয়াই দিয়াৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বন্ধুৱে গতিয়াই দিয়াৰ ফলত দিখৌৰ বুকুত সন্ধানহীন হৈ পৰা যুৱকজনক আমগুৰি ঘাট মঠাউৰিৰ কাষৰ…

ৰাষ্ট্রপতিৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বানেৰে জনোৱা পিআইএল খাৰিজ উচ্চতম ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২৬ মেঃ দেশৰ নতুন সংসদ ভৱন উদ্বোধনী বিতর্কই ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ প্রধানমন্ত্রীৰ পৰিৱর্তে ৰাষ্ট্রপতিৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বানেৰে কালি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) আজি…

বকোত প্ৰাসাদোপম অট্টালিকা নিৰ্মাণ : আভাজ্যোতিৰ পৰ্বতসম সম্পত্তিৰ ৰহস্য কি?

✅আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ✅বিতৰ্কিত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই দক্ষিন কামৰূপত অবাধে গঢ়িছে সম্পত্তিৰ পাহাৰ নিয়মীয়া বাৰ্তা, ২৬ মে : নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু বৰ্তমানেও ৰহস্যৰ…