নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : সোণাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক। AS 33 C 0327 নম্বৰৰ অট’ৰিক্সাত অহা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিলে নামতোলা আৰক্ষীয়ে। বুজন পৰিমাণৰ ড্ৰাগছসহ সোণাৰিৰ পৰা নাগালেণ্ডলৈ নি থকা অবস্থান পুৰণি টাউকাকত আটক। ড্ৰাগছ সৰবৰাহকাৰী তিনিচুকীয়া বৰহাপজানৰ ৰিছা গগৈ আৰু অট’ চালক তছিব আহমেদক আটক। ধৃত লোককেইজনৰপৰা আঠটা চাবোন বাকচত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
You might also like