নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত অনুষ্ঠিতব্য আন্ত:জিলা দবালৈ গুৱাহাটী  দল ঘোষণা

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ যোৰহাটত  ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হব লগা আন্ত:জিলা দবালৈ (জুনিয়ৰ আৰু মহিলা) গুৱাহাটী  দল ঘোষণা ঘোষণা কৰা হৈছে। তলত উল্লিখিত খেলুৱৈসকলে গুৱাহাটীক  বিভিন্ন শাখাত প্ৰতিনিধিত্ব কৰিব।

অনূৰ্ধ্ব ৯ বছৰ
আৰোহণ
কৃষ্ণাভ মৃণ্ময় হাজৰিকা
ৰজত বাফনা
নীহাৰ দাস

অনূৰ্ধ্ব ৯ বছৰ ছোৱালী
ৰিতিশা মাইৰা ৰাজবংশী

ৰূপা ৰয়
আয়ুস্মিতা পল

অনূৰ্ধ্ব ১১বছৰ ল’ৰা
তন্ময় ৰাজবংশী
জগজিত সিনহা
জয়ৰাজ বৰ্মন
এমিল বৰগোহাঞি

অনূৰ্ধ্ব ১১ বছৰ ছোৱালী 
তমন্না শৰ্ম্মা
হৃদিকা দাস

অনূৰ্ধ্ব ১৩ বছৰ ল’ৰা
হিমানীশ শৰ্ম্মা
শুভাঙ্গ প্ৰান কাশ্যপ
প্ৰিয়ানুজ দাস
সুহান পতি

অনূৰ্ধ্ব ১৩ বছৰ ছোৱালী 
আফশ্বীন আফশ্বা জামানে
ইক্ষিতা বৰ্মন
ডেইজী দত্ত

অনূৰ্ধ্ব ১৫ বছৰ  ল’ৰা
শুভম ভট্টাচাৰ্য
নলীনাক্ষ  কাশ্যপ

মহিলা শাখা
ৰিচা বুজৰ বৰুৱাই
শিৱাঙ্গী  প্ৰিয়া কাশ্যপে
শিখামণি কলিতা
স্তুতি শৰ্ম্মা

নিৰ্বাচিত খেলুৱৈসকলক ২০ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথৰ লগত 9864911936 নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে। ইয়াৰ বাহিৰেও যিসকল খেলুৱৈয়ে বিশেষ এণ্ট্ৰী হিচাপে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোককো ২০ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

প্ৰেৰক প্ৰণৱ কুমাৰ নাথ

You might also like