আজি বাইহাটাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে
আজি বাইহাটালৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩২নং কমলপুৰ বিধানসভা সমষ্টিৰ ৩২,৮০৪গৰাকী মহিলাক মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিব।
প্ৰায় ৩২ কোটি ৮০ লাখ টকাৰ পুঁজি বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে বিহদিয়া ৰাস খলাত অনুষ্ঠিত হ’ব সভাখন।
ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী