নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত পুনৰ ক’ভিডৰ আতংকঃ লণ্ডনৰ পৰা অহা দম্পত্তিৰ দেহত ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ গোলাঘাটত পুনৰ ক’ভিডৰ আতংক। ব্ৰিটেইনৰ পৰা অহা দম্পত্তিৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ অৱস্থিতি। যাৰ পাছতেই আতংকই বিৰাজ কৰিছে গোলাঘাটত।

লণ্ডনৰ পৰা গোলাঘাটৰ পিতৃ গৃহলৈ অহা এগৰাকী আগৰৱালা উপাধিৰ এজন লোক আৰু তেওঁৰ পত্নীৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ ধৰা পৰাত উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ।

ইতিমধ্যে দুয়োকে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

You might also like