ডিচেম্বৰত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
- ডিচেম্বৰত অনুষ্ঠিত হব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
- আজি প্ৰকাশ পাব পৰিষদৰ খচৰা ভোটাৰ তালিকা
- ১০ নৱেম্বৰলৈ দাখিল কৰিব পাৰিব ওজৰ-আপত্তি।
- ১৬ নৱেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব ওজৰ আপত্তি
- ১৭ নৱেম্বৰত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
- সেই অনুসৰি অনুষ্ঠিত হ’ব নিৰ্বাচন।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ