ডিঙিত জুবিন ক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয়-পত্ৰ, খানাপাৰাত মৃতদেহ উদ্ধাৰ
- মহানগৰীৰ খানাপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ
- খানাপাৰা উৰণসেতুৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো
- মৃত যুৱকজনৰ ডিঙিত পোৱা গৈছে জুবিন গাৰ্গ ক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰ
- কোনোৱে যুৱকজনক হত্যা কৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে
- সেই স্থানত প্ৰায়েই চালে সুৰা, ড্ৰাগছ, ভাংৰ আড্ডা
- ইফালে এই ৰহস্যজনক ঘটনাই স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰ।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ