নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ কাকৈজানাত কহিনুৰ থিয়েটাৰত অঘটন

  • বঙাইগাঁৱৰ কাকৈজানাত কহিনুৰ থিয়েটাৰত অঘটন।
  • নৃত্য কৰি থাকোঁতে ৰেম্প খহি বাগৰি পৰিল অভিনেত্ৰী অংকিতা শইকীয়া।
  • কালিৰে পৰা কাকৈজানাত আৰম্ভ হৈছিল কহিনুৰ থিয়েটাৰ।
  • বাগৰি পৰাৰ ফলত আঘাতপ্ৰাপ্ত হয় অভিনেত্ৰী অংকিতা শইকীয়া।

ডিজিটেল ডেস্ক, ৯ জানুৱাৰী

You might also like