নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ ভিন্ন প্ৰান্তত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে আজি সোণাৰি চাপৰিৰ ভিন্ন প্ৰান্তটো ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়৷ সোণাৰি চাপৰি, কেকুঁৰি, পশ্চিম ঢকুৱাখনা, দাংধৰা আৰু বৰ্ষামুখ পঞ্চায়তৰ সকলোবোৰ চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়, বিদ্যালয় ,মহাবিদ্যালয় আদিৰ লগতে ব্যক্তিগত অনুষ্ঠান- প্ৰতিষ্ঠানটো চৰকাৰী সময়সূচীৰে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন কৰে ৷

You might also like