শিৱসাগৰত পথ দুৰ্ঘটনা, থিতাতে যুৱকৰ মৃ*ত্যু
- শিৱসাগৰৰ আখৈফুটীয়াত সংঘটিত হৈছে এৰক পথ দুৰ্ঘটনা।
- ফলত দুৰ্ঘটনাটোত থিতাতে এজন যুৱকৰ মৃত্যু।
- আজি পুৱতিনিশা সংঘটিত হয় দুৰ্ঘটনাটো।
- আখৈফুটীয়া পথৰ এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মটৰচাইকেল আৰোহী যুৱকজন।
- যুৱকজন দিলিহি ধাইআলিৰ বিতোপন গগৈ বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ