নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত পথ দুৰ্ঘটনা, থিতাতে নিহত যুৱক

  • নিশা মঙলদৈৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।
  • থিতাতে নিহত প্ৰশান্ত ডেকা নামৰ এজন যুৱক।
  • মঙলদৈ থানাৰ অন্তৰ্গত বঙলাগড়ত বাইকেৰে গৈ থকা অৱস্থাত অচিনাকি বাহনে মহটিয়াই নিয়ে যুৱকজনক।
  • যুৱকজন মঙলদৈৰ বঙলাগড় খৈৰাপাৰাৰ প্ৰশান্ত ডেকা বুলি জানিব পৰা গৈছে।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যুৱকজনক।
  • দুৰ্ঘটনা সংঘটিত কৰি বাহনখনে পলায়ন কৰে।

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like