নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তৃতীয় দিন, ধিঙত অব্যাহত উচ্ছেদ অভিযান

ধিঙৰ এই উচ্ছেদ অভিযানক সকলো দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে আদৰণি জনাইছে আৰু মুখ্যমন্ত্রীক প্ৰশংসা কৰিছে

  • ধিঙত আজিও অব্যাহত আছে উচ্ছেদ অভিযান।
  • আজি তৃতীয় দিন। তৃতীয় দিনাও প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান।
  • ৰৌমাৰী বিলত একাংশ বেদখল কাৰীয়ে অবৈধভাৱে নিৰ্মাণ কৰিছিল পুখুৰী।
  • যাৰ ফলত বন্ধ হৈ পৰিছিল বোঁৱতী সুঁতি। সৃষ্টি হৈছিল কৃত্ৰিম বানপানীৰ।
  • ২৩০ বিঘা জলাশয়ৰ ৫৬৫টা অবৈধ পুখুৰীত চলি আছে এই উচ্ছেদ অভিযান।
  • ধিঙৰ ভেৰভেৰী বিল, শালনাবড়ী, আহোমগাঁও, ৰৌমাৰী বিল, মৈৰাধৱজ, মাগুৰমাৰী আৰু গেৰেকনী বিলত চলিব উচ্ছেদ।
  • ধিঙৰ এই উচ্ছেদ অভিযানক সকলো দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে আদৰণি জনাইছে আৰু মুখ্যমন্ত্রীক প্ৰশংসা কৰিছে।

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ

You might also like