নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ কলা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ চৰকাৰ

 

  • প্রস্তুতি পৰাশৰ

২০২০বর্ষৰ মার্চ মাহৰ মাজভাগত শুনিবলৈ পাহছিলোঁ এটা নতুন মহামাৰীৰ নাম– ক’ৰোনা৷ সকলোৱে কোৱাকুই কৰিছিল যে সকলোবোৰ বন্ধ হৈ যাব, এক অনিশ্চয়তা আৰু অজান আশংকাহ চৌদিশৰ পৰিৱেশ ছানি ধৰিছিল৷ আমাৰ ভ্রাম্যমাণ নাট্যবর্ষ শেষ হ’বলৈ মাথোঁ তিনিটা সপ্তাহ বাকী আছিল৷ সেহ সময়ত আমাৰ থিয়েটাৰ চলি আছিল শিৱসাগৰ জিলাৰ চেপনত৷ পৰৱত্ পেণ্ডেল কমিটীসমূহৰ পৰা ফোন আহিছিল যে ডপায়ুক্তসকলে নাট পৰিৱেশন কৰিবলৈ অনুমতি নিদিয়ে৷ সেহমর্মে লগ পাহছিলোঁ তদানীন্তন যোৰহাটৰ ডপায়ুক্ত ৰশ্মি অপৰঞ্জি কৰোতি, আহএএছ ডাঙৰীয়ানীক৷ তেওঁ ভদ্র আৰু অমায়িক মানুহ৷ বাহদেৱে বুজাহ দিছিলে ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে৷ নির্দিষ্টভাৱে কোনো চৰকাৰী নির্দেশনা নোলোৱাৰ কাৰণে চেষ্টা কৰি আছিলোঁ পৰৱর্তী নাটসমূহ চলাহ যাব পাৰোঁ নেকি৷ শিল্পী হিচাপে নহয়, প্রযোজক হিচাপে কান্ধত গধুৰ দায়িত্ব আছিল৷ যেনে– প্রতিজন কলা–কুশলী, শিল্পী (প্রায় ১৫০জন)ক পাৰিতোষিক দি বিদায় দিয়াৰ৷ আৰম্ভ হৈছিল বর্তমান সময়ত সবাতোকৈ সহজলভ্য বস্তু ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ ড্রল৷ চেপনত সেহদিনা নাট প্রদর্শন আছিল অসম হতিহাসৰ এতিহ্যমণ্ডিত চৰিত্রৰ ওপৰত ৰচনা কৰা নাট মূলাগাভৰু৷ বুৰঞ্জীৰ স্মৃতিয়ে গৰকা শিৱসাগৰৰ সেহ অঞ্চলৰ লোকসকল ওলাহ আহিছিল দলদোপ–হেন্দোলদোপ নাট ডপভোগ কৰিবলৈ৷ সেহসকল দর্শকৰ মৰম আৰু আশিস মূৰত লৈ তাতেহ সামৰিলোঁ সেহ বর্ষৰ নাট্যবর্ষ৷
২৪ মার্চ, ২০২০ত সমগ্র ভাৰতবর্ষত ঘোষণা হ’ল লকডাডন৷ কাহানিও নুশুনা এটা নতুন নাম, এটা নতুন পৰিৱেশ৷ পৰৱত্ ২০২০–২১ নাট্যবর্ষৰ বাবে সম্পূর্ণ স্থবিৰ হৈ পৰিল ভ্রাম্যমাণৰ অবিৰত যাত্রা৷ ৰিহার্ছেলৰ সময়ত ডৰুঙা হৈ পৰি ৰ’ল আমাৰ নাট্যদলৰ আখৰাস্থলী৷ ব্যক্তিগত জীৱনত কিছু সময় আৰু আহৰি পালোঁ৷ একমাত্র কন্যা সন্তানক লগত লৈ পালোঁগৈ কর্মসূত্রে স্বামী থকা এখন নতুন পাহাৰীয়া জিলা, এখন সৰু সদৰ চহৰ হামৰেণ৷ নীলা পাহাৰৰ সেডজীয়া গছৰ মাজে মাজে মনৰ মণিকোঠাত ভাহি ডঠিছিল থিয়েটাৰ চলাৰ সময়ৰ বিভিন্ন স্মৃতি৷ মনত দুৰু দুৰু আশংকাহ দোলা দিছিল বন্ধ হৈ যাব নেকি সুদূৰ ভৱিষ্যতে এহ ভ্রাম্যমাণ থিয়েটাৰ৷ সেহ সময়ৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চলিছিল ক’ভিড টিকাকৰণ আৰু ক’ভিড প্রতিৰোধ কৰা কার্যসূচী৷ সময়ৰ লগে লগে ক’ৰোনা মহামাৰী কমি আহিছিল আৰু স্বাভাৱিক বাতাৱৰণ ঘূৰি আহিছিল৷ তাৰ পিছৰ নাট্যবর্ষ ২০২১–২২ বর্ষৰ বাবে সাজু হৈও সাজু হ’ব পৰা নাছিলোঁ৷ কিয়নো ২০২১ বর্ষৰ অসম বিধানসভাৰ নির্বাচনৰ পিছতে আকৌ এক ক’ভিডৰ ঢ়ৌৱে চুহ গৈছিল সমগ্র দেশ৷ বিভিন্নজন প্রযোজক আৰু সৰহসংখ্যক শিল্পী, কলা–কুশলীৰ ডদ্বিগ্ণভৰা ফোনত একেটাহ প্রশ্ণ–থিয়েটাৰ ওলাবনে? মনে মনে প্রস্তুতি চলাহছিলোঁ, আমাৰ থিয়েটাৰত চুক্তিবদ্ধ হোৱা সকলো কলা– কুশলীকে ক’ভিডৰ প্রতিষেধক দিয়াহ লৈছিলোঁ৷ হতিমধ্যে অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল কর্মদক্ষ আৰু কঠোৰ পৰিশ্রমী ড০ হিমন্ত বিশ্ব শর্মা৷ এদিন মুখ্যমন্ত্রীৰ কার্যালয়লৈ হ–মেহল কৰিছিলোঁ তেওঁৰ সাক্ষাৎ বিচাৰি৷ ডদ্দেশ্য এটাহ আছিল– ভ্রাম্যমাণ থিয়েটাৰৰ নাট প্রদর্শনৰ অনুমতি৷ ১ ছেপ্ঢেম্বৰ, ২০২১ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত ডাঙৰীয়াহ ঘোষণা কৰিলে থিয়েটাৰসমূহৰ আখৰা চলাত চৰকাৰৰ কোনো বাধা–নিষেধ নাহ৷ কাকতালীয়ভাৱে সেহদিনাহ আৰম্ভ কৰিছিলোঁ আৱাহন থিয়েটাৰৰ আখৰা৷ আখৰা চলি থকাৰ মাজতে এদিন ৰাতি প্রায় ১২.৩০ মান বজাত মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা ফোন আহিল মুখ্যমন্ত্রীৰ সাক্ষাৎকাৰ লাভৰ৷ শিল্পী হিচাপে চিনেমাৰ শ্বুটিং, নাটকৰ আখৰা পুৱতিনিশালৈকে কৰাৰ এক সহজাত অভিজ্ঞতা আছে৷ পোনপ্রথমবাৰৰ বাবে লাভ কৰিলোঁ চৰকাৰী কার্যালয়ৰ কাম–কাজ শেষ নিশালৈকে স্বাভাৱিকভাৱে চলি থকাৰ এক বিৰল অভিজ্ঞতা৷ যথা সময়ত মুখ্যমন্ত্রীৰ কার্যালয়ত ডপস্থিত হ’লোঁ আমি প্রযোজকসকল৷ স্বভাৱগতভাৱে মুখ্যমন্ত্রী ডাঙৰীয়াহ মনোযোগ দি শুনিলে আমাৰ বক্তব্যসমূহ৷ প্রশ্ণ কৰিলে ক’ভিডSOP মতে প্রায় ৫০ শতাংশ দর্শক লৈ নাট প্রদর্শন কৰিব পাৰি নে নোৱাৰি৷ মতামত দিলোঁ পাৰি বুলি৷ লগতে জনালোঁ শিল্পী, কলা–কুশলীসকলক হতিমধ্যে টিকাকৰণ কৰাৰ কথা৷ সময়ত সিদ্ধান্ত দিম বুলি আমাক বিদায় দিলে৷ নিশ্চয়তা আৰু অনিশ্চয়তাৰ আলি দোমোজাত থিয় হৈ পূর্ণোদ্যমে আৰম্ভ কৰিলোঁ আখৰা৷ দিন বাগৰাৰ লগে লগে আকৌ এক অনিশ্চয়তাহ গা কৰি ডঠিছিল৷ কিয়নো হতিমধ্যে স্বাস্থ্য বিভাগেSOP জাৰি কৰিছিল৷ শ্বপিং মল, মাল্টিপ্লেক্স চিনেমা হলসমূহ খুলি দিয়াৰ৷ ভয় আৰু ডদ্বিগ্ণতাৰে মুখ্যমন্ত্রী ডাঙৰীয়াক অনুৰোধ জনালোঁ আমাৰ নাট প্রদর্শনৰ অনুমতি বিচাৰি৷ সকলো সমস্যাকে হূদয়ংগম কৰিব পৰা আৰু তাৎক্ষণিক সিদ্ধান্ত দিয়াত অভ্যস্ত কর্মযোগী মুখ্যমন্ত্রী ডাঙৰীয়াহ জনালে স্বাস্থ্য বিভাগৰ এনএহচএম কার্যালয়ত স্বাস্থ্যমন্ত্রী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া আৰু প্রযোজক সন্থাৰ মাজত হ’বলগীয়া মিটিঙৰ কথা৷ কথা মতেহ কাম আৰু মিটিং অনুষ্ঠিত হয়৷ ভ্রাম্যমাণ থিয়েটাৰৰ প্রেক্ষাগৃহৰ নির্দিষ্ট প্রৱেশ, প্রস্থান আৰু টিকটৰ মূল্য অনুযায়ী দর্শকৰ বাবে সংৰক্ষিত থকা আসনৰ কথা মহ সবলভাৱে বুজাহ দিলোঁ তদানীন্তন এনএহচএমৰ এমডি লক্ষ্মণন, আহএএছ ডাঙৰীয়াক৷ কিছু দিনৰ পিছত বোকাখাত চহৰত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ঘোষণা কৰিলে ভ্রাম্যমাণৰSOP৷ ৯ অক্টোবৰত আকৌ আৰম্ভ কৰিলোঁ ভ্রাম্যমাণক সকলোতকৈ বেছি ভালপোৱা নলবাৰী জিলাত৷ সেয়া আছিল নলবাৰী জিলাৰে অন্তর্গত কালাগ নামে এখন ঠাহত৷ অসমৰ কলা–সংস্কৃতিক ভালপোৱা এহ চৰকাৰে পৰৱত্ দিনত মুখ্যমন্ত্রী ডাঙৰীয়াৰ সিদ্ধান্ত মর্মে এদিন খানাপাৰা অতিথিশালাত নিমন্ত্রণ জনালে সমূহ প্রযোজকক আৰু হাতে হাতে তুলি দিলে ১০ (দহ) লাখ টকাৰ একোখনকৈ চেক৷ মোৰ নাট্যযাত্রা হতিপূর্বে আৰম্ভ হোৱাৰ বাবে ব্যক্তিগতভাৱে নিজে ডপস্থিত থাকিব নোৱাৰিলোঁ৷ ন দি ক’ব পাৰোঁ যে সেহ অর্থ সাহায্যহ সকলো নাট্য দলকে যোগালে পৰৱর্তী দিনৰ বাবে সাজু হ’বলৈ এক গভীৰ সকাহ৷ ডপলব্ধি কৰোঁ যে অসমৰ কলা–সংস্কৃতি আৰু আমাৰ দৰে শিল্পীৰ বাবে এহ চৰকাৰৰ আছে এক অকৃত্রিম চেনেহ আৰু প্রচণ্ড দায়বদ্ধতা৷ আজি চৰকাৰখনৰ ২য় বর্ষপূর্তিত সুঁৱৰিছেছা এহখন চৰকাৰৰ ভ্রাম্যমাণ থিয়েটাৰৰ প্রতি যোগোৱা সহায়–সহযোগিতা আৰু লগতে অনাগত দিনতো আশা ৰাখিছেছা সমূহ শিল্পী, কলা–কুশলী তথা অসমৰ সংস্কৃতিৰ প্রতি এনে যোগাত্মক সঁহাৰি৷

You might also like