নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ বছৰৰ পিছত বক্সিংত পদক লাভ কৰিলে ভাৰতে

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ অলিম্পিকত ৯ বছৰৰ পিছত বক্সিংত ভাৰতে পদক লাভ কৰিছে। শেষবাৰৰ বাবে ভাৰতে ২০১২ চনৰ লণ্ডন অলিম্পিকত মেৰী কমে পদক লাভ কৰিছিল। এইবাৰ টকিঅ’ অলিম্পিকত বক্সিংত পদক জিকি লাভলীনাই এই ধাৰা আগবঢ়াই নিছে।

You might also like