নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

assam

‘কা’ক লৈ ক্রমাৎ পিছহুঁহকিছে দিল্লী

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ বহুবিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা)–এ ৰাষ্ট্রপতিৰ অনুমোদন লাভ কৰাৰ দুবছৰ পাৰ হৈ গ’ল৷ পিছে বিধি–নিয়ম অবিহনে ‘কা’ৰ অৱস্থা যেন এতিয়া ঢ়াল–তৰোৱালবিহীন নিধিৰাম চর্দাৰ৷ বাস্তৱত দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰা…

বৃহস্পতিবাৰে সন্ধিয়া হোটেলৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ মে’ :  সুখবৰ । যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু পত্নী গৰিমা গাৰ্গসহ ৪ জনৰে দেহত নাই ক'ৰোনা ভাইৰাছ । আজি স্বাস্থ্য পৰীক্ষাৰ পাছত তেওঁলোক আটাইৰে ক'ৰোনা ফলাফল নিগেটিভ পোৱা গৈছে । ইপিনে আজি মহানগৰীৰ হোটেল ৰেডিছন ব্লু’ত…

অসম-নগালেণ্ড সীমান্তই দি শতাধিক লোকৰ অসমত প্ৰৱেশ

নিয়মীয়া বাৰ্তা,৩ মে’ : অৱশেষত যেন সকলোৱে সকাহ পালে ৷ অসম চৰকাৰে বহিৰাজ্যত আৱদ্ধ হৈ পৰা লোকৰ বাবে আন্তৰাজ্যিক সীমান্ত আজিৰে পৰা মুকলি কৰি দিয়াৰ লগে লগেই লকডাউনৰ বাবে বহিঃ ৰাজ্যত আৱদ্ধ হৈ পৰা লোকসকলে আজি পুৱাৰ পৰাই সীমান্তই দি অসমত প্ৰৱেশ কৰে…

লকডাউনৰ মাজতে ৰাজ্যত কৃষি কর্ম আৰম্ভ কৃষকৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ  ব’হাগৰ প্রথমজাক বৰষুণত চহাৰ কঠীয়াতলীত সৃষ্টিৰ উন্মাদনাৰে জিপাল হয় ছন পৰা ভূমি৷ বাঢ়ি যায় আশাৰ পৰিধি৷ ঠন ধৰে গজালিয়ে সেউজী ধৰাত আৰু পোখা মেলি ৰূপ লয় চহাৰ সপোন৷ ব’হাগ মাহত কৃষকৰ মনত ফুলে হাজাৰটা সপোন৷ কাৰণ ন ব’হাগত চহা…

IIT গুৱাহাটীৰ ছাত্ৰই নিৰ্মাণ কৰি উলিয়াইছে ক’ভিড-১৯ চিকিৎসাৰ বাবে ইণ্টিউবেছন বস্ক

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ  সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ৰোনা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে। তেনে সময়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ বায়' চাইঞ্চ বিভাগৰ ছাত্ৰই…

কাইলৈ ট্রেড ইউনিয়নৰ দেশজোৰা সাধাৰণ ধর্মঘট–চকা বন্ধ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত অহা ৮ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব…

ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল গোৱালপাৰাঃ গ্ৰেপ্তাৰ ৩ ISIS সদস্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম । ৰাসৰ সময়ত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ISIS এ । গোৱালাপাৰত তিনি ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ । এই ISIS সদস্যকেইজনে ৰাস মহোৎসৱত IED বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, তাৰ পিছতেই…

অসমত পুনৰ হ’ব এন আৰ চি

নিউজ ডেস্ক ২০ নৱেম্বৰঃ সংসদত চলি থকা শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত এন আৰ চিক আৰু নাগৰিকত্ব সংশোধনী বিল সমন্ধক লৈ সোধা এক প্ৰশ্ন উত্তৰত অমিত শ্বাহে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত পাৰ্থক্য বুজাই দিয়ে। এন আৰ চি ৰ সন্দৰ্ভত চৈয়দ…

গুৱাহাটীত বন্ধ গুটখা-পাণমচলাৰ বিক্ৰী

গুৱাহাটী ১৯ নৱেম্বৰঃ নৱপ্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়াৰ লগতে জনস্বাথ্যলৈ ভাবুকি কঢ়িয়াই অনা গুটখা, পাণমচলা আৰু জৰ্দাকে ধৰি অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ সময়তে বৃহত্তৰ গুৱাহাটী পাণদোকানী ব্যৱসায়ী সন্থাই এক গুৰুত্বপূৰ্ণ…

১৮ নৱেম্বৰৰ পৰা সংসদৰ অধিৱেশনঃ আহিব CAB!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাৰ কাৰ্যক্ৰমণিকাৰ ১৬ সংখ্যক বিধেয়ক হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কখন…