নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

assam

লকডাউনৰ মাজতে ৰাজ্যত কৃষি কর্ম আৰম্ভ কৃষকৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ  ব’হাগৰ প্রথমজাক বৰষুণত চহাৰ কঠীয়াতলীত সৃষ্টিৰ উন্মাদনাৰে জিপাল হয় ছন পৰা ভূমি৷ বাঢ়ি যায় আশাৰ পৰিধি৷ ঠন ধৰে গজালিয়ে সেউজী ধৰাত আৰু পোখা মেলি ৰূপ লয় চহাৰ সপোন৷ ব’হাগ মাহত কৃষকৰ মনত ফুলে হাজাৰটা সপোন৷ কাৰণ ন ব’হাগত চহা…

IIT গুৱাহাটীৰ ছাত্ৰই নিৰ্মাণ কৰি উলিয়াইছে ক’ভিড-১৯ চিকিৎসাৰ বাবে ইণ্টিউবেছন বস্ক

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ  সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ৰোনা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে। তেনে সময়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ বায়' চাইঞ্চ বিভাগৰ ছাত্ৰই…

কাইলৈ ট্রেড ইউনিয়নৰ দেশজোৰা সাধাৰণ ধর্মঘট–চকা বন্ধ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত অহা ৮ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব…

ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল গোৱালপাৰাঃ গ্ৰেপ্তাৰ ৩ ISIS সদস্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম । ৰাসৰ সময়ত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ISIS এ । গোৱালাপাৰত তিনি ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ । এই ISIS সদস্যকেইজনে ৰাস মহোৎসৱত IED বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, তাৰ পিছতেই…

অসমত পুনৰ হ’ব এন আৰ চি

নিউজ ডেস্ক ২০ নৱেম্বৰঃ সংসদত চলি থকা শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত এন আৰ চিক আৰু নাগৰিকত্ব সংশোধনী বিল সমন্ধক লৈ সোধা এক প্ৰশ্ন উত্তৰত অমিত শ্বাহে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত পাৰ্থক্য বুজাই দিয়ে। এন আৰ চি ৰ সন্দৰ্ভত চৈয়দ…

গুৱাহাটীত বন্ধ গুটখা-পাণমচলাৰ বিক্ৰী

গুৱাহাটী ১৯ নৱেম্বৰঃ নৱপ্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়াৰ লগতে জনস্বাথ্যলৈ ভাবুকি কঢ়িয়াই অনা গুটখা, পাণমচলা আৰু জৰ্দাকে ধৰি অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ সময়তে বৃহত্তৰ গুৱাহাটী পাণদোকানী ব্যৱসায়ী সন্থাই এক গুৰুত্বপূৰ্ণ…

১৮ নৱেম্বৰৰ পৰা সংসদৰ অধিৱেশনঃ আহিব CAB!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাৰ কাৰ্যক্ৰমণিকাৰ ১৬ সংখ্যক বিধেয়ক হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কখন…

আমগুৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, আমগুৰি, ১১ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যাগত সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হয় । যুৱ ছাত্ৰৰ…

বকোত কংগ্ৰেছৰ বিক্ষোভ-সমদল

বকো, ১১ নৱেম্বৰঃ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছে ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি গ্ৰহণ কৰা সৰ্বাত্মক সোমবাৰে  আজি কামৰূপ জিলাৰ বকোতো ৰূপায়ণ কৰা হয়। সোমবাৰে  কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ…