জুলাইৰ পৰা আৰম্ভ হ’ব গুৱাহাটী এইমছৰ নিৰ্মাণকাৰ্যঃ ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ আজি ঢেকীয়াজুলিত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই আগবঢ়োৱা ভাষণত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰে এক গুৰুত্বপূৰ্ণ ঘোষণা।
মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি অহা জুলাই মাহৰ পৰা আৰম্ভ হ'ব…