বিশ্বনাথ চাৰিআলিৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ ‘3-D’ দৃশ্যাংশ শ্বেয়াৰ কৰিলে হিমন্ত…
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ৰাজ্যত নতুনকৈ স্থাপন হ'ব কেইবাখনো মেডিকেল কলেজ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে নতুনকৈ প্ৰস্তাবিত বিশ্বনাথ মেডিকেল কলেজৰ কিছু দৃশ্যাংশ।
টুইটাৰ আৰু ফেচবুকযোগে এই দৃশ্য…