আকাশীপথত বিমান উৰণত সংকট! : চৰকাৰক কেইবাটাও দাবী বিমান সংস্থাৰ
এভিয়েচন টাৰ্বাইন ফুৱেল (ATF)ৰ দ্ৰুত মূল্যবৃদ্ধিয়ে ভাৰতৰ বিমান উদ্যোগত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। Federation of Indian Airlines (FIA)-এ এই সন্দৰ্ভত নাগৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰি তৎকালীন সহায় বিচাৰিছে।
এই…