নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছত খহনীয়া, বিপিএফত যোগদান

অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাত্ৰ মাজত এটা দিন বাকী থকা অৱস্থাত পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়াই সমষ্টিটোত কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত৷ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিৰ গুমা ব্লক…

পংকজ লোচন গোস্বামী-হিমাংশু শেখৰ বৈশ্যৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত শাসক-বিৰোধী দলৰ প্ৰাৰ্থীসকলে চলাই থকা প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। ২৯নং পলাশবাৰী বিধানসভা সমষ্টিত আজি বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অজাপ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে ৰামপুৰৰপৰা…

ৰেহাই মূল্যৰ বাইক টেক্সি ৰাইডেৰে গুৱাহাটীত ভোটাৰক বিশেষ সুবিধা  ৰেপিডোৰ

ভাৰতৰ অগ্ৰণী মবিলিটি প্লেটফৰ্ম, ৰেপিডোৱে গুৱাহাটীত ভোটাৰৰ অংশগ্ৰহণৰ পদক্ষেপ ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে নিৰ্বাচনৰ দিনটোত নাগৰিকসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা। এই প্ৰচেষ্টাৰ অংশ হিচাপে ব্যৱহাৰকাৰীসকলে "VOTENOW" ক'ড প্ৰয়োগ…

ইস্তানবুলত ইজৰাইলী দূতাবাসত গুলীচালনা দুৰ্বৃত্তৰ

তুৰ্কিৰ ৰাজধানী ইস্তানবুলত ইজৰাইলী বাণিজ্য দূতাবাসৰ অট্টালিকাৰ বাহিৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, এই ঘটনাত দুজন আক্ৰমণকাৰী নিহত হৈছে আৰু এজনক আৰক্ষীয়ে আটক কৰিছে। প্ৰতিবেদন অনুসৰি,…

খুমটাই সমষ্টিৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ ক’তো‌ নাই পোষ্টাৰ, বেনাৰ, হৰ্ডিং

আজি সন্ধ্যা  পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ চলাই এক প্ৰকাৰ সামৰণি মাৰিব  খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই। প্ৰাৰ্হী জনে  ক'তো এখনো ডাঙৰ সভা অনুষ্ঠিত নকৰিলে, তেওঁ সমষ্টিত কোনো মন্ত্ৰী, বিধায়ক বা মুখ্যমন্ত্ৰীয়ে আহি প্ৰচাৰ চলোৱা নাই।…

বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিৰ ভোট বৰ্জনৰ সিদ্ধান্ত

সমাগত বিধান সভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ বিয়লি সামৰণি পৰিব। এনডিএ চৰকাৰ গঠন কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিয়ে বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ মন্তব্য আৰু ভূমিকাত…

পাণৰ অস্বাভাৱিক মূল্যবৃদ্ধি, বিপাঙত কৃষিজীৱী জনসাধাৰণ

উজনি অসমৰ চৰাইদেউ জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ কৃষিজীৱী ৰাইজ চৰম বিপাঙত পৰিছে অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্রােতভাৱে জড়িত পাণ তামােলৰ বর্ধিত মূল্যক লৈ। সম্প্রতি জিলাখনৰ মাহমৰাৰ লগতে বনমালী, কচুমাৰি, বিশ্ৰামপুৰ, ছেঙেলীমৰা, কাকতীবাৰী অঞ্চলত…

অন্তিম দিনা ৰহাত বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ পদযাত্ৰা

নিয়মীয়া বাৰ্তা ৰহা, ৭ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত ৰহা নগৰৰ ৰাজপথ উত্তাল কৰিলে বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে। আজি পুৱা বিধায়ক তথা ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে সহস্ৰাধিক দলীয় কৰ্মীক লগত লৈ এক সমদলত ভাগ লয়। বিজেপি…

অন্তিম দিনা ধুবুৰীত বিশাল বাইক ৰেলী বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উত্তম প্ৰসাদে এক বিশাল বাইক ৰেলীৰে নিজৰ প্ৰচাৰৰ সামৰণি মাৰে। চহৰখনৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা আৰম্ভ…

পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হুংকাৰ

ডিজিটেল ডেস্ক, ৭ এপ্ৰিল : 'পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই । পাতালৰ পৰা হ’লেও পৱন খেড়াক বিচাৰি উলিয়াব অসম আৰক্ষীয়ে ।'- মঙলবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত…