Browsing Tag
Featured
ৰামনগৰী অযোধ্যাত ১০ টকাত খাদ্য যোগান
মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ ফলত উদ্ভৱ হোৱা ইন্ধন সংকটৰ মাজতে ৰামনগৰী অযোধ্যাৰ পৰা এক সান্ত্বনাদায়ক খবৰ আহিছে। ৰামলালাৰ মন্দিৰ নিৰ্মাণৰ পিছত এফালে যিদৰে অযোধ্যাত ভক্তসকলৰ ভিৰ বাঢ়িছে, আনফালে সেৱা আৰু সমৰ্পণৰ পৰম্পৰাও শীৰ্ষত উপনীত হোৱা…
ইৰানৰ হিটলিষ্টত উপসাগৰীয় দেশৰ ৮ প্রধান সেতু, আমেৰিকা-ইজৰাইলক প্রত্যাহ্বান
ডিজিটেল ডেস্ক, ৪ এপ্রিল : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে যোৱা ২৮ ফেব্রুৱাৰীত ইৰানৰ ওপৰত আক্রমণ চলোৱাৰ পিছত দুয়োপক্ষৰ মাজৰ আক্রমণ–প্রত্যাক্রমণ এমাহ অতিক্রম কৰাৰ পিছতো যুদ্ধৰ উন্মাদনা হ্রাস পোৱা নাই৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক…
IPL-ৰ এখন মেচৰ খৰচ কিমান হয়, জানি হ’ব আপুনি আচৰিত
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯তম সংস্কৰণ চলি আছে। এই ছিজনত এতিয়ালৈকে ৬খন খেল অনুষ্ঠিত হৈছে। IPL-ৰ এখন খেল অনুষ্ঠিত কৰিবলৈ কিমান খৰচ হয় সেই বিষয়ে জানো আহক—ক’ত ক’ত টকা খৰচ হয় আৰু মুঠ খৰচ কিমান।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০০৮ চনৰ পৰা অনুষ্ঠিত হৈ…
হৰমুজ ষ্ট্ৰেইটৰ পৰা ভাৰতৰ বাবে আন এটা ভাল খবৰ
হৰমুজ ষ্ট্ৰেইটৰ পৰা ভাৰতৰ বাবে আন এটা ভাল খবৰ আহিছে। হৰমুজ ষ্ট্ৰেইট পাৰ কৰি ভাৰতীয় পতাকা থকা এলপিজি টেংকাৰ গ্ৰীন ছানভি সফলতাৰে পাৰ হৈছে। এই জাহাজখনত প্ৰায় ৪৪,০০০ মেট্ৰিক টন LPG আছে। টেংকাৰখনে শুকুৰবাৰে হৰমুজ ষ্ট্ৰেইট পাৰ কৰে আৰু অনুমান কৰা…
আই পি এলত পুনৰ হাৰিল চিএছকে, দ্বিতীয় জয় পঞ্জাবৰ
ডিজিটেল ডেস্ক, ৪ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত ক্রমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ শুকুৰবাৰে চেন্নাইত অনুষ্ঠিত মেচখনত ঘৰুৱা দল চেন্নায়ে পঞ্জাব কিংছৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷
ইপিনে, ক্রমাগত দ্বিতীয় বিজয়…
পাকিস্তানত আকাশ চুইছে পেট্ৰল-ডিজেলৰ মূল্যই
ভাৰতৰ মুখ্য মহানগৰসমূহত শনিবাৰে, ৪ এপ্ৰিল ২০২৬ তাৰিখে পেট্ৰল-ডিজেলৰ মূল্যত পুনৰ কোনো পৰিবৰ্তন দেখা নগ’ল। পেট্ৰল প্ৰতি লিটাৰত ৯৪ টকাৰ পৰা ১০৫ টকালৈ আৰু ডিজেল প্ৰতি লিটাৰত ৮২ টকাৰ পৰা ৯২ টকাৰ ভিতৰত বিক্ৰী হৈ আছে।
দেশৰ ৰাজধানী দিল্লীত আজি…
সম্পাদকীয় : এক নির্বাচনীয় চিন্তা
‘... জাতত মই বৰকলিতা৷ মই কামৰূপী৷ অসমীয়া পাছৰ কথা৷’
বিধানসভা নির্বাচনক লৈ এতিয়া গোটেইখন ৰাজ্য উত্তাল হৈ আছে৷ শাসক–বিৰোধী সকলো পক্ষই ভোটাৰক নিজৰ পক্ষলৈ আনিবলৈ সজোৰে বিশাল আৰু ব্যাপক প্রচাৰ চলাই আছে৷ এই প্রচাৰৰে এক অভিন্ন অংগ হৈ পৰিছে…
৪ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল
আজি ৪ এপ্রিল, চ’ত মাহৰ ২০ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা দ্বিতীয়, নক্ষত্র : স্বাতী, যাত্রা : নাই
মেষ : আজি আপুনি পুৱাৰ ভাগত সাৱধান হোৱা উচিত৷ বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ কর্ম সম্পাদন৷ শৰীৰৰ যত্ন লওক৷ আর্থিকত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ…
ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ কাইলৈ মৰিয়নিলৈ মুখ্যমন্ত্ৰী
তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মৰিয়নিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। বিৰোধী মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই এইবাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই খুব কম দিনৰ ভিতৰতে…