বিজনীত তিনিখনকৈ দূৰণিবটীয়া ৰে’লৰ ষ্ট’পেজ, উৎফুল্লিত বিজনীবাসী
ডিজিটেল ডেস্ক, ৭ মাৰ্চ : চিৰাং জিলাৰ বিজনী ৰে'ল ষ্টেচনত তিনিখনকৈ দূৰণিবটীয়া ৰে'লৰ ষ্ট'পেজ অনুমোদন হোৱাত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ বিজনী অঞ্চলত। আজিৰে পৰা বিজনী ৰে'ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছ ৰে'লৰো আনুষ্ঠানিকভাৱে ষ্ট'পেজ আৰম্ভ হ’ল।
এই…