চামগুৰিত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ ব্যাপক প্ৰচাৰ ৰূপক শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৪ এপ্ৰিল : নিৰ্বাচনলৈ আৰু ৪টা দিন বাকী থকাৰ সময়তে প্ৰতিটো ৰাজনৈতিক দলে অধিক তীব্রতৰ কৰি তুলিছে প্ৰচাৰ কাৰ্য। আজি চামগুৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই সমষ্টিটোত চলায় মাৰাথন প্ৰচাৰ। অনিল শইকীয়াই…