৯৩সংখ্যক ঐতিহাসিক চেঙা সভা মহোৎসৱৰ শুভাৰম্ভ
"চেঙা সভা মহোৎসৱলৈ পৰ্যটক অহাৰ ব্যৱস্থা কৰিব লাগিব। এইক্ষেত্ৰত উদ্যোক্তাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চেঙা সভা মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি ইয়াত প্ৰদৰ্শন কৰা বৰপেটাৰ থলুৱা আতচবাজী চাই মই আপ্লুত হ'লোঁ।…